Connect with us

তেজপুৰত ত্ৰিবেণীৰ পৰা চিভিল চাৰিআলিলৈ ‘এক মাৰ্গ’ (One-Way) ঘোষণা

NEWS

তেজপুৰত ত্ৰিবেণীৰ পৰা চিভিল চাৰিআলিলৈ ‘এক মাৰ্গ’ (One-Way) ঘোষণা

তেজপুৰ নগৰত দৈনন্দিন বাঢ়ি অহা যানবাহনৰ ফলত নগৰখনৰ যানজতৰ সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলা প্ৰশাসন , আৰক্ষী প্ৰশাসন আৰু জিলা পৰিবহন বিষয়াৰ উদ্যোগত ১৫ জুন তাৰিখৰ পৰা তেজপুৰ নগৰৰ ত্ৰিবেণী পইন্টৰ পৰা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় পইন্টলৈ থকা পথটি ‘এক মাৰ্গ’ কৰিব বুলি সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে যান বাহন বোৰ ত্ৰিবেণীৰ পৰা হস্পিটেল চাৰিআলিলৈ যাব পাৰিব কিন্তু নগৰৰ পৰা ত্ৰিবেণী চাৰিআলিলৈ কোনো বাহন যাব নোৱাৰিব বুলি জিলা প্ৰশাসনে জনাইছে । জিলা প্ৰশাসনৰ এই পদক্ষেপ ৰাইজৰ বাবে সুবিধা জনক হব বুলি আশা কৰা হ’ল ।

Continue Reading
You may also like...
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

More in NEWS

To Top